আহিলা পাতি, ইত্যাদি।

আহিলা পাতি, ইত্যাদি।

এটি সাধাৰণ সাক্ষাৎকাৰৰ সংকলন।

আমাৰ বিষয়ে


“আহিলা পাতি, ইত্যাদি” উত্তৰ পূৰ্বাঞ্চলত থকা আকৰ্ষণীয় ব্যক্তিৰ সাক্ষাৎকাৰৰ সংকলন।


FAQ

👨‍🏭 “আহিলা পাতি, ইত্যাদি” মানে কি?

অসমীয়া ভাষাত সা-সৰঙ্জামৰ আন এটি নাম আহিলা পাতি।

⏲ সাক্ষাৎকাৰ বোৰ কেতিয়া প্ৰকাশ পায়?

প্ৰতি সোমবাৰ, নিশা ৯ বজাত।

💇 মই কাৰোবাৰ সাক্ষাৎকাৰ ল’বলৈ প্ৰস্তাৱ দিৱ পাৰোনে?

নিশ্চয়! আমাক সবিশেষ দিয়োক!

👮 “আহিলা পাতি, ইত্যাদি”‌‌ বাৰো “usethis”ৰ নক-অফ নেকি?

ঠিকেই কৈছে! কিন্তু আমি “usethis”ৰ একো code ব্যৱহাৰ নকৰো আৰু আমাৰ ৱেবছাইটটো “hugo”ৰে নিৰ্মিত। আৰু কিছু কাম কৰা হৈছে যাতে এই ৱেবছাইটত অসমীয়াত সাক্ষাৎকাৰ বোৰ আপুনি পঢ়িব পাৰিব। আপুনিও অনুবাদ কৰিবলৈ ইচ্ছা কৰে যদি, আমাক জনাবলৈ , সংকোশ নকৰিব!

📝 এই ৱেবছাইট‌‌ কেলে সৃষ্টি কৰা হৈছিলে?

অসমৰ বিভিন্ন ঠাইত‌‌ এনে মানুহ বাস কৰে ‌যোনে সাংঘাটিক কাম কৰি আছে আৰু তেওঁলোকৰ পৰিচয় বহুতে নেজানে। তেওঁলোকৰ ‌কাহিনী সকলোলৈ আগবঢ়াবলৈ সৃষ্টি কৰা হৈছিল।

🏃 এই ৱেবছাইটটো কোনে চলায়?

buildandtellৰ টীমে চলায়।

💸 মই সাহায্য কেনেকে কৰিব পাৰিম?

আমি notion ব্যৱহাৰ কৰো। আপুনি যদি notion ব্যৱহাৰ কৰে, তেন্তে এটো লিংক ব্যৱহাৰ কৰিব!

🎨 আমাৰ লোগো কোনে বনাইছে?

আমাৰ লোগো এটি “licensed vector” হয়। এতিয়ালৈ আমাৰ লোগো ‌নায়। :(

☎️ আপোনাৰ সৈতে কেনেকৈ যোগাযগৰ কৰিবলে পাৰিম?

আমাক আপুনি ahilapaatietyadi@gmail.com কৰিব পাৰিব! আৰু তেলীগ্ৰাম,instagram এপ’ত পাব!


Published: 19 Apr 2019