আহিলা পাতি, ইত্যাদি।

আহিলা পাতি, ইত্যাদি।

এটি সাধাৰণ সাক্ষাৎকাৰৰ সংকলন।

দেৱশিছ কংগৰ

ফটোগ্ৰাফাৰ

Note: This article is also available in English.


আপুনি কোন আৰু আপুনি কি কৰে?

মোৰ নাম দেৱশিছ কংগৰ আৰু মই নিজকে ফটোগ্ৰফেৰ বুলি মানো।

আপুনি বাৰু কি hardware ব্যৱহাৰ কৰে?

মই এটা নিকন দ৩৪০০ কেমেৰা ব্যৱহাৰ কৰোঁ আৰু এটি ৫০ মম লেঞ্চ ব্যৱহাৰ কৰোঁ।

আৰু কি software?

মই ফটোষপ, Lightroom আৰু VSCO ব্যৱহাৰ কৰোঁ। মই বেছি ভাগ এদিত মোৰ ফোনত কৰো।

কাম কৰোতে আপোনাৰ চিন্তা ধৰা কেনেকুৱা?

আহ! এটো বৰ টান প্ৰশ্ন! সাধাৰণ ভাৱে মই ৰুমত বেলেগ কাম কৰি থাকিলে “idea” অহে আৰু মই মোৰ বন্ধু - বন্ধবিৰ লগত তুলিবলে ওলাই জাউ। মই বেছি ভাগেই মোৰ বন্ধু - বন্ধবিৰ লগত ফটো টোলো আৰু বেলেগ মডেল অৰ লগত তোলা । মই সকলোকে কব খোজোঁ যে নিজৰ বন্ধু - বন্ধবিৰ শৈতে কাম কৰিবলে, তেতিয়া দুয়োজনৰ কামত আহে।

আপোনাৰ dream setupটো কি হব বাৰু ?

মোৰ “dream setup” খুব সঘনে বদলে। কানন আৰু নিকণ অৰ মাজত বদলি থাকে। কিন্তু এটা বৰ্তমানৰ কথা কবলে হলে, মোৰ চকু Sony α7R IV কেমেৰা টোৰ উপৰত আছে আৰু ৩৫ mm ১৬-৩৫ MM এনে লেন্স কেইটা মোৰ ব্যৱহাৰ কৰিবলে মন যায়।


Published: 08 Jun 2020