আহিলা পাতি, ইত্যাদি।

আহিলা পাতি, ইত্যাদি।

এটি সাধাৰণ সাক্ষাৎকাৰৰ সংকলন।

কবিৰ দাস

কম্পিউটাৰ বিকাশক

Note: This article is also available in English.

আপুনি কোন আৰু আপুনি কি কৰে

মোৰ নাম কবিৰ দাস (২২ বছৰ)। মই দেভেলাপৰ আৰু “entrepreneur” হৈ, আৰু বেছিকৈ মই কম্পিউটাৰ ভিচনৰ লগত জৰিত। মই অসম স্তৰ্তাউপৰ লগত কাম কৰি আছোঁ । মই মোৰ কোম্পানী , [“Cipher Studios”]()ত আৰু “Blindspot Media”ত কাম কৰি আছোঁ।

আপুনি বাৰু কি hardware ব্যৱহাৰ কৰে

মই নিজৰ কাৰনে মাকবুক প্ৰো (২০১৫) ব্যৱহাৰ কৰোঁ। অলপ পুৰণা হৈছে, কিন্তু মোৰ কামৰ কাৰনে মোক একো নালাগে বৰ্তমানৰ কাৰনে।

আৰু কি software

সৰুকে কবলৈ গলে মোৰ কামৰ কাৰনে চফ্টৱেৰ দুতা ভাগ কৰা হৈ :

দেভেলাপমেন্ত : Visual Studio Code

মেনেজমেন্ট : Trello, Slack, Airtable, Numbers.

মই ইয়াতে সৰু সুৰা কামৰ কাৰনে ব্যৱহাৰ কৰা বস্তু লিখা নাই, যেনে জুপিটাৰ

কাম কৰোতে আপোনাৰ চিন্তা ধৰা কেনেকুৱা

যদি এই প্ৰশ্ন ৰ উত্তৰ মোৰ দিনৰ কথা সুধিছে :

  1. মোৰ দিনটোৰ কাৰনে কামৰ এটি তালিকা থাকে, কিন্তু আচল কথা কবলৈ গলে এই তালিকা মোৰ ৮০% সময়ত একো ব্যৱহাৰ নহৈ।
  2. মোৰ ৰাতিপুৱাৰ ভাগত ইমেইল আৰু মানুহৰ লগত কথা পতাৰ কাৰনে ৰাখোঁ।
  3. তাৰ পাছত মই মোৰ গ্ৰাহকৰ লগত কথা পাটো কামৰ ক্ষেত্ৰত।
  4. আবেলি সময়ত মই মীতিংত ব্যস্থ থাকোঁ।
  5. মোৰ নিজৰ কাম থাকিলে মই ৰতিকে কৰোঁ।

যদি এই প্ৰশ্নৰ উত্তৰ মোৰ সাধাৰণ কামৰ পদ্ধটিৰ কথা সুধিছে :

  1. এটি বিশেষ তালিকা বনোৱা হৈ, গ্ৰাহকৰ লগত কথা পাতি যাতে সকলো দিশৰ পৰা প্ৰকল্পটোৰ জোখ মাখ বুজি পাবলৈ পাৰি।
  2. এই তালিকাতো মানুহ আৰু কাম অনুসৰি ভঙা হৈ।
  3. মোৰ মূল বিষয়বস্ত গ্ৰাহকৰ লগত কথা পাতি প্ৰকল্পৰ অগ্ৰগতিৰ উপৰত কথা পাতি আৰু কত কেনেকৈ প্ৰকল্পৰ সুবিধাৰ বাবে কাম কৰিবলে পাৰি।

আপোনাৰ dream setupটো কি হব বাৰু

মোৰ তেনেকৈ একো বিশেষ প্ৰয়োজন নাই কাৰণ মই ভাবো যে মোৰ “team” মোৰ শক্তি। যদি মোৰ নিজৰ কাৰনে এটা তেনেকুৱা প্ৰয়োজন ৰ সূচী কৰা হৈ তেন্তে মই এটা Dell UltraSharp 4K monitor লগত Macbook Pro আৰু Bose QC35 II


Published: 30 Jun 2020